AIয়ে সকলো চাকৰি লৈ যাব নেকি Assamese
এআই আৰু ভবিষ্যত

AIয়ে সকলো চাকৰি লৈ যাব নেকি? AI কৰিব নোৱাৰা ৫টা মানৱীয় দক্ষতা (2026)

📌 এই লেখাৰ পৰা আপুনি জানিব পাৰিব: AI আৰু মানুহৰ মাজৰ পাৰ্থক্য AIয়ে কাঢ়ি নিব নোৱাৰা ৫টা দক্ষতা আৰু ভৱিষ্যতৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হ’ব? AIয়ে সকলো চাকৰি লৈ যাব নেকি? বাস্তৱ সত্য কি?   আজিৰ তাৰিখত গুৱাহাটীৰ পল্টনবজাৰৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ কৰ্পৰেট অফিচলৈকে সকলোৰে মুখত প্ৰায় এটাই প্ৰশ্ন— এআই বা কৃত্ৰিম […]

hybrid-car-beautiful-leg-with-shoes-out-through-car-window
প্ৰযুক্তি ব্যাখ্যা

হাইব্ৰিড গাড়ী ডিকোডিং: ভাৰতত গ্ৰীণ ড্ৰাইভৰ লাভ আৰু লোকচান

  পৰিৱেশৰ ওপৰত প্ৰভাৱ আৰু ইন্ধনৰ কাৰ্যক্ষমতাৰ চিন্তা বৃদ্ধি পোৱাৰ লগে লগে হাইব্ৰিড গাড়ীসমূহে এক আশাব্যঞ্জক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে। এই বাহনসমূহে পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনৰ সৈতে বৈদ্যুতিক প্ৰপালচন ব্যৱস্থাৰ সংমিশ্ৰণেৰে অধিক ইন্ধন-দক্ষ আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ ড্ৰাইভিং অভিজ্ঞতা সৃষ্টি কৰে। এই লেখাটোত আমি ভাৰতত হাইব্ৰিড গাড়ীয়ে কেনেদৰে কাম কৰে সেই বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ সুবিধা

cell-tower-mobile-network-tower
প্ৰযুক্তি ব্যাখ্যা, মোবাইল

মোবাইল নেটৱৰ্কৰ ডিকোডিং: ই প্ৰকৃততে কেনেকৈ কাম কৰে?

ৰহস্যৰ আঁৰৰ কথা বৰ্তমানৰ পৃথিৱীখনত আমিবোৰ সংযুক্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। এই নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাত মোবাইল নেটৱৰ্কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ স্মাৰ্টফোনে কেনেকৈ প্ৰায় যিকোনো ঠাইৰ পৰাই বাৰ্তা প্ৰেৰণ কৰিব পাৰে, ফোনকল কৰিব পাৰে আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে? এয়া সম্ভৱ কৰি তুলিছে মোবাইল নেটৱৰ্কে। আহকচোন, এই লেখাটোত আমি

IoT
এআই আৰু ভবিষ্যত

আইঅটিৰ (IoT) অন্বেষণঃ এখন স্মাৰ্ট, সংযুক্ত পৃথিৱী

বিজুলীৰ গতিৰে প্ৰযুক্তিৰ বিকাশ হোৱা আমাৰ পৃথিৱীখনত ইণ্টাৰনেট অৱ থিংছ (IoT)ক গেম-চেঞ্জাৰ আখ্য়া দিয়া হৈছে। ইণ্টাৰনেট অৱ থিংছ বুলিলে ইণ্টাৰনেটৰ সৈতে সংযুক্ত দৈনন্দিন ব্য়ৱহাৰ্য বস্তু বা সামগ্ৰীৰ নেটৱৰ্কক বুজোৱা হয়। ইণ্টাৰনেটৰ জৰিয়তে তথ্য ভাগ-বতৰা সহায়ত এই সামগ্ৰীসমূহক আন্তঃসংযোগ কৰি আমাৰ জীৱন-ধাৰণৰ প্ৰণালী সহজ আৰু অধিক কাৰ্যক্ষম কৰি তোলাই এই প্ৰযুক্তিৰ উদ্দেশ্য়। এটা কাহিনী কল্পনা কৰক,

battery history and future Assamese
এআই আৰু ভবিষ্যত

বেটেৰীৰ ইতিহাস আৰু ভৱিষ্যত (2026): স্মাৰ্টফোনৰ পৰা ইলেক্ট্ৰিক গাড়ীলৈ সম্পূৰ্ণ গাইড

জীৱনৰ এক অবিচ্ছেদ্য অংগ: বেটেৰী অবিহনে এদিন পাৰ কৰিব পাৰিবনে?  ধৰি লওক, আপুনি গুৱাহাটীৰ পৰা বাছেৰে উজনিলৈ গৈ আছে। বাছখন নগাঁৱৰ বাইপাছ পোৱাৰ লগে লগে আপুনি মন কৰিলে যে আপোনাৰ স্মাৰ্টফোনৰ বেটেৰী মাত্ৰ ২% আছে আৰু আপোনাৰ হাতত পাৱাৰ বেংকটোও নাই! আৰু গাড়ীখনত ম’বাইল চাৰ্জ কৰাৰ প্লাগ-ইন-পইণ্টো নাই। সেই মুহূৰ্তত আপোনাৰ মনলৈ যিটো ভয় বা

top-10-latest-tech
প্ৰযুক্তি ব্যাখ্যা

এই সময়ৰ প্ৰযুক্তিৰ ১০টি শীৰ্ষ ধাৰা

বিগত ১০টা বছৰত প্ৰযুক্তিৰ উন্নয়নে চূড়ান্ত শিখৰ পাইছেগৈ। পাছে প্ৰশ্ন হয়,  এয়া জানো প্ৰগতিৰ শেষ অৱস্থান! আটাইতকৈ ওখ গছজোপাতকৈও বোলে ওখ গছ আছে। আমাৰ এই পৃথিৱীত প্ৰযুক্তিগত উদ্ভাৱনী কেতিয়াও স্তব্ধ নহয়। সাময়িক কালত প্ৰযুক্তিৰ কেৱল বিকাশেই হোৱা নাই; ই এনে এটা পৰ্যায়লৈ  সমৃদ্ধিশালী হৈ উঠিছে যে আমাৰ বাবে এখন বিষ্ময়কৰ আৰু পৰিৱৰ্তনশীল ভৱিষ্যত পৃথিৱীৰ সম্ভৱনা

a-simulated-view-of-mars-as-it-would-be-seen-from-the-mars-global-surveyor spacecraft
বিজ্ঞান আৰু জ্ঞান

ঘূৰ্ণন বৃদ্ধি হৈছে ৰঙা মঙলৰ, কাৰণ নিশ্চিত নহয় বিজ্ঞানীসকল

মঙল গ্ৰহ পূৰ্বৰ তুলনাত দ্ৰুতগতিত ঘূৰিবলৈ আৰম্ভ কৰিছে। বিজ্ঞানীসকল এতিয়ালৈকে ইয়াৰ কাৰণ নিশ্চিত কৰিব পৰা নাই। নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে নাছাৰ ইনছাইট লেণ্ডাৰৰ তথ্য ব্যৱহাৰ কৰি দেখুৱাইছে যে মঙল গ্ৰহৰ ঘূৰ্ণন বছৰি ৪ মিলিআৰ্কছেকেণ্ডৰ হাৰত ত্বৰান্বিত হৈছে। ফলত মঙল গ্ৰহৰ দিন এটাৰ দৈৰ্ঘ্য বছৰি মিলিছেকেণ্ডৰ ভগ্নাংশ চুটি হৈ আহিছে। এইটো এটা উল্লেখযোগ্য তথ্য,

pslv-c27-irnss-1d-courtesy-isro-c-NavIC sateligh-sucess
প্ৰযুক্তি ব্যাখ্যা

ভাৰতীয় নাৱিক (NavIC): আপোনাৰ ফোনৰ নতুন দিক-নিৰ্দেশক | NavIC: India’s Own Navigation System

আজিৰ দিনত নেভিগেচন দৈনন্দিন জীৱনৰ অতিশয় অত্যাৱশ্যকীয় প্ৰযুক্তি হৈ উঠিছে। ইয়াৰ আটাতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহৃত ব্যৱস্থাটো হ’ল জিপিএছ। নেভিগেচন ব্যৱস্থাই মহাকাশত থকা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহৰ সহায়ত কোনো লোক বা সামগ্ৰীৰ অৱস্থানৰ সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰ বাবে লোকজনৰ লগত অথবা সামগ্ৰীবিধৰ সৈতে জিপিএছ ৰিছিভাৰ থকিব লাগিব। নেভিগেচন চিষ্টেমৰ বিশ্ব পৰিদৃশ্য (Global Navigation Systems

Scroll to Top