Axomiyat.com হৈছে অসমীয়া ভাষাৰ টেকন’লজি ব্লগ। এই ব্লগটোত আমি অতি সহজ ভাষাত প্ৰযুক্তি, মোবাইল, লেপটপ, ইন্টাৰনেট আৰু অনলাইন সেৱা বিষয়ে তথ্য প্ৰদান কৰোঁ।
আমাৰ লক্ষ্য হৈছে অসম আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰত বসবাস কৰা লোকসকললৈ নিজৰ মাতৃভাষাত ডিজিটেল জ্ঞান আগবঢ়োৱা। যাতে সকলোয়ে টেকন’লজি নতুন নতুন কথাবোৰ সহজে বুজি পাব পাৰে।
এই ৱেবছাইটত আপুনি পাব:
- নতুন মোবাইল আৰু লেপটপৰ ৰিভিউ
- অনলাইন সেৱা কেনেকৈ ব্যৱহাৰ কৰিব তাৰ গাইড
- AI টুলছ আৰু ডিজিটেল টিপছ্
- অনলাইন ইনকামৰ উপায় ইত্যাদি
Axomiyat.comৰ প্ৰতিটো কনটেন্ট সহজ, স্পষ্ট আৰু ব্যৱহাৰযোগ্য কৰি তৈয়াৰ কৰা হয়।
আমাৰ লক্ষ্য হৈছে অসমীয়া ভাষাত সৰ্বশ্ৰেষ্ঠ টেকন’লজি প্লাটফৰ্ম গঢ়ি তোলা।
ব্লগৰ প্ৰতিষ্ঠাপকঃ ৰিংকু উদয় দাস
🔗 LinkedIn Profile Link
প্ৰতিষ্ঠাপকৰ বিষয়ে:
ৰিংকু উদয় দাসে প্ৰায় ১৮ বছৰ প্ৰিন্ট আৰু টিভি মিডিয়া (টেকনিকেল সাপোৰ্টসহ)ত তথা ৩ বছৰৰো অধিক সয়মৰ বাবে টিভি ছিৰিজ আৰু ছবি নিৰ্মাণ উদ্যোগত কাম কৰিছে।
২০১৯ চনৰ পৰা তেওঁ ষ্টাৰ্টআপ আৰু টেকন’লজি ডেভেলপমেন্ট ক্ষেত্ৰত সক্ৰিয় হৈ আছে। COVID-19 সময়ত “Fresh3c” দৰে প্ৰজেক্ট সফলতাৰে পৰীক্ষণ কৰিছে।
তেওঁ এজন প্ৰকৃত টেকন’লজি উৎসাহী আৰু ডিজিটেল ক্ষেত্ৰত নতুন নতুন বিষয় শিকি সেয়া অসমীয়া ভাষাত সৰলভাৱে আগবঢ়াবলৈ চেষ্টা কৰে।
তেওঁৰ লক্ষ্য হৈছে অসমীয়া ভাষাত ডিজিটেল জ্ঞান সহজ আৰু সহজলভ্য কৰা।
🔗 Visit us at: https://axomiyat.com
