এআই আৰু ভবিষ্যত

এই শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ জীৱন, চাকৰি আৰু সমাজ কেনেকৈ সলনি কৰিব পাৰে তাৰ বিষয়ে সহজ আৰু বুজিব পৰা বিশ্লেষণ ইয়াত পাব।

IoT
এআই আৰু ভবিষ্যত

আইঅটিৰ (IoT) অন্বেষণঃ এখন স্মাৰ্ট, সংযুক্ত পৃথিৱী

বিজুলীৰ গতিৰে প্ৰযুক্তিৰ বিকাশ হোৱা আমাৰ পৃথিৱীখনত ইণ্টাৰনেট অৱ থিংছ (IoT)ক গেম-চেঞ্জাৰ আখ্য়া দিয়া হৈছে। ইণ্টাৰনেট অৱ থিংছ বুলিলে ইণ্টাৰনেটৰ সৈতে সংযুক্ত দৈনন্দিন ব্য়ৱহাৰ্য বস্তু বা সামগ্ৰীৰ নেটৱৰ্কক বুজোৱা হয়। ইণ্টাৰনেটৰ জৰিয়তে তথ্য ভাগ-বতৰা সহায়ত এই সামগ্ৰীসমূহক আন্তঃসংযোগ কৰি আমাৰ জীৱন-ধাৰণৰ প্ৰণালী সহজ আৰু অধিক কাৰ্যক্ষম কৰি তোলাই এই প্ৰযুক্তিৰ উদ্দেশ্য়। এটা কাহিনী কল্পনা কৰক, […]

battery history and future Assamese
এআই আৰু ভবিষ্যত

বেটেৰীৰ ইতিহাস আৰু ভৱিষ্যত (2026): স্মাৰ্টফোনৰ পৰা ইলেক্ট্ৰিক গাড়ীলৈ সম্পূৰ্ণ গাইড

জীৱনৰ এক অবিচ্ছেদ্য অংগ: বেটেৰী অবিহনে এদিন পাৰ কৰিব পাৰিবনে?  ধৰি লওক, আপুনি গুৱাহাটীৰ পৰা বাছেৰে উজনিলৈ গৈ আছে। বাছখন নগাঁৱৰ বাইপাছ পোৱাৰ লগে লগে আপুনি মন কৰিলে যে আপোনাৰ স্মাৰ্টফোনৰ বেটেৰী মাত্ৰ ২% আছে আৰু আপোনাৰ হাতত পাৱাৰ বেংকটোও নাই! আৰু গাড়ীখনত ম’বাইল চাৰ্জ কৰাৰ প্লাগ-ইন-পইণ্টো নাই। সেই মুহূৰ্তত আপোনাৰ মনলৈ যিটো ভয় বা

কৃত্ৰিম বুদ্ধিমত্তাই খাব নোৱাৰা ৫টা বৃত্তি | 5 Profession that cannot be take away by AI
এআই আৰু ভবিষ্যত

AIয়ে সকলো চাকৰি লৈ যাব নেকি? AI কৰিব নোৱাৰা ৫টা মানৱীয় দক্ষতা (2026)

📌 এই লেখাৰ পৰা আপুনি জানিব পাৰিব: AI আৰু মানুহৰ মাজৰ পাৰ্থক্য AIয়ে কাঢ়ি নিব নোৱাৰা ৫টা দক্ষতা আৰু ভৱিষ্যতৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হ’ব? AIয়ে সকলো চাকৰি লৈ যাব নেকি? বাস্তৱ সত্য কি?   আজিৰ তাৰিখত গুৱাহাটীৰ পল্টনবজাৰৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ কৰ্পৰেট অফিচলৈকে সকলোৰে মুখত প্ৰায় এটাই প্ৰশ্ন— এআই বা কৃত্ৰিম

Scroll to Top