প্ৰযুক্তি ব্যাখ্যা

এই শ্ৰেণীটোত আমি বিভিন্ন প্ৰযুক্তিৰ মূল ধাৰণা আৰু কাম কৰাৰ পদ্ধতি সহজ ভাষাত বুজাই দিওঁ। GPS, মোবাইল নেটৱৰ্ক, IoT, বেটেৰী আদি বিষয়সমূহৰ বুজিবলৈ স্পষ্ট আৰু সহজ ব্যাখ্যা ইয়াত পাব।

hybrid-car-beautiful-leg-with-shoes-out-through-car-window
প্ৰযুক্তি ব্যাখ্যা

হাইব্ৰিড গাড়ী ডিকোডিং: ভাৰতত গ্ৰীণ ড্ৰাইভৰ লাভ আৰু লোকচান

কল্পনা কৰক, আপুনি গুৱাহাটীৰ পৰা গোগামুখলৈ বুলি নিজৰ নতুন ইলেক্ট্ৰিক গাড়ীখন চলাই আহি আছে। গহপুৰ পাওঁতে হঠাতে আপোনাৰ চকু গ’ল গাড়ীৰ ডেচব‘ৰ্ডত থকা ইন্সট্ৰুমেণ্ট ক্লাষ্টাৰটোত (Instrument Cluster)— চাৰ্জ মাত্ৰ ২০% হে বাকী! খৰখেদাকৈ ওচৰৰ চাৰ্জিং ষ্টেচনত সোমাল, কিন্তু তাত আপোনাৰ দৰে দহখন গাড়ী আগৰে পৰা লানি পাতি ৰৈ আছে। ১ ঘণ্টাৰ আগতে কোনো এটা চাৰ্জিং […]

cell-tower-mobile-network-tower
প্ৰযুক্তি ব্যাখ্যা, মোবাইল

মোবাইল নেটৱৰ্কৰ ডিকোডিং: ই প্ৰকৃততে কেনেকৈ কাম কৰে?

ৰহস্যৰ আঁৰৰ কথা বৰ্তমানৰ পৃথিৱীখনত আমিবোৰ সংযুক্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। এই নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰাত মোবাইল নেটৱৰ্কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ স্মাৰ্টফোনে কেনেকৈ প্ৰায় যিকোনো ঠাইৰ পৰাই বাৰ্তা প্ৰেৰণ কৰিব পাৰে, ফোনকল কৰিব পাৰে আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে? এয়া সম্ভৱ কৰি তুলিছে মোবাইল নেটৱৰ্কে। আহকচোন, এই লেখাটোত আমি

top-10-latest-tech
প্ৰযুক্তি ব্যাখ্যা

এই সময়ৰ প্ৰযুক্তিৰ ১০টি শীৰ্ষ ধাৰা

বিগত ১০টা বছৰত প্ৰযুক্তিৰ উন্নয়নে চূড়ান্ত শিখৰ পাইছেগৈ। পাছে প্ৰশ্ন হয়,  এয়া জানো প্ৰগতিৰ শেষ অৱস্থান! আটাইতকৈ ওখ গছজোপাতকৈও বোলে ওখ গছ আছে। আমাৰ এই পৃথিৱীত প্ৰযুক্তিগত উদ্ভাৱনী কেতিয়াও স্তব্ধ নহয়। সাময়িক কালত প্ৰযুক্তিৰ কেৱল বিকাশেই হোৱা নাই; ই এনে এটা পৰ্যায়লৈ  সমৃদ্ধিশালী হৈ উঠিছে যে আমাৰ বাবে এখন বিষ্ময়কৰ আৰু পৰিৱৰ্তনশীল ভৱিষ্যত পৃথিৱীৰ সম্ভৱনা

pslv-c27-irnss-1d-courtesy-isro-c-NavIC sateligh-sucess
প্ৰযুক্তি ব্যাখ্যা

ভাৰতীয় নাৱিক (NavIC): আপোনাৰ ফোনৰ নতুন দিক-নিৰ্দেশক | NavIC: India’s Own Navigation System

আজিৰ দিনত নেভিগেচন দৈনন্দিন জীৱনৰ অতিশয় অত্যাৱশ্যকীয় প্ৰযুক্তি হৈ উঠিছে। ইয়াৰ আটাতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহৃত ব্যৱস্থাটো হ’ল জিপিএছ। নেভিগেচন ব্যৱস্থাই মহাকাশত থকা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহৰ সহায়ত কোনো লোক বা সামগ্ৰীৰ অৱস্থানৰ সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰ বাবে লোকজনৰ লগত অথবা সামগ্ৰীবিধৰ সৈতে জিপিএছ ৰিছিভাৰ থকিব লাগিব। নেভিগেচন চিষ্টেমৰ বিশ্ব পৰিদৃশ্য (Global Navigation Systems

Scroll to Top