
Category: বিশেষ লেখা
Stay updated with expert insights and in-depth analysis on the latest in technology, science, and innovation. Explore featured articles covering AI, space, gadgets, and emerging tech trends.

প্ৰয়োজন মানৱীয় স্পৰ্শঃ ভৱিষ্যতে এআই (AI)য়ে আমাৰ পৰা কাঢ়ি নিব নোৱাৰা কিছুমান কাম
২০২৩ চনৰ জুন মাহৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলেৰাডোত এখন বিয়া সম্পন্ন কৰিলে চাটজিপিটি (ChatGPT)য়ে। ৰিচ উইঞ্চ (২৩) আৰু ডেটন ট্ৰোইট (২৬)ৰ এই বিয়াত পুৰোহিতৰ কাৰ্য সম্পন্ন কৰে এই চাটবটোৱে। মুকলি কৰা দিনাৰে পৰা বিশ্বজুৰি চাঞ্চল্যকৰ জনপ্ৰিয়তা অৰ্জন কৰিছে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI)ৰ চাটবটোৱে। এনে সময়তে অহা আন এটা খবৰ মতে, জাপানৰ কিয়’ট’ত অৱস্থিত ৪০০…