
Category: প্ৰযুক্তি
Get the latest technology news, trends, and updates. Stay ahead with insights on AI, cybersecurity, software, gadgets, and future innovations.

ভাৰতীয় নাৱিক (NavIC): আপোনাৰ ফোনৰ নতুন দিক-নিৰ্দেশক | NavIC: India’s Own Navigation System
আজিৰ দিনত নেভিগেচন দৈনন্দিন জীৱনৰ অতিশয় অত্যাৱশ্যকীয় প্ৰযুক্তি হৈ উঠিছে। ইয়াৰ আটাতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহৃত ব্যৱস্থাটো হ’ল জিপিএছ। নেভিগেচন ব্যৱস্থাই মহাকাশত থকা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহৰ সহায়ত কোনো লোক বা সামগ্ৰীৰ অৱস্থানৰ সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰ বাবে লোকজনৰ লগত অথবা সামগ্ৰীবিধৰ সৈতে জিপিএছ ৰিছিভাৰ থকিব লাগিব। নেভিগেচন চিষ্টেমৰ বিশ্ব পৰিদৃশ্য (Global Navigation Systems…

এই সময়ৰ প্ৰযুক্তিৰ ১০টি শীৰ্ষ ধাৰা
বিগত ১০টা বছৰত প্ৰযুক্তিৰ উন্নয়নে চূড়ান্ত শিখৰ পাইছেগৈ। পাছে প্ৰশ্ন হয়, এয়া জানো প্ৰগতিৰ শেষ অৱস্থান! আটাইতকৈ ওখ গছজোপাতকৈও বোলে ওখ গছ আছে। আমাৰ এই পৃথিৱীত প্ৰযুক্তিগত উদ্ভাৱনী কেতিয়াও স্তব্ধ নহয়। সাময়িক কালত প্ৰযুক্তিৰ কেৱল বিকাশেই হোৱা নাই; ই এনে এটা পৰ্যায়লৈ সমৃদ্ধিশালী হৈ উঠিছে যে আমাৰ বাবে এখন বিষ্ময়কৰ আৰু পৰিৱৰ্তনশীল ভৱিষ্যত পৃথিৱীৰ সম্ভৱনা…

আইঅটিৰ (IoT) অন্বেষণঃ এখন স্মাৰ্ট, সংযুক্ত পৃথিৱী
বিজুলীৰ গতিৰে প্ৰযুক্তিৰ বিকাশ হোৱা আমাৰ পৃথিৱীখনত ইণ্টাৰনেট অৱ থিংছ (IoT)ক গেম-চেঞ্জাৰ আখ্য়া দিয়া হৈছে। ইণ্টাৰনেট অৱ থিংছ বুলিলে ইণ্টাৰনেটৰ সৈতে সংযুক্ত দৈনন্দিন ব্য়ৱহাৰ্য বস্তু বা সামগ্ৰীৰ নেটৱৰ্কক বুজোৱা হয়। ইণ্টাৰনেটৰ জৰিয়তে তথ্য ভাগ-বতৰা সহায়ত এই সামগ্ৰীসমূহক আন্তঃসংযোগ কৰি আমাৰ জীৱন-ধাৰণৰ প্ৰণালী সহজ আৰু অধিক কাৰ্যক্ষম কৰি তোলাই এই প্ৰযুক্তিৰ উদ্দেশ্য়। এটা কাহিনী কল্পনা কৰক,…

প্ৰয়োজন মানৱীয় স্পৰ্শঃ ভৱিষ্যতে এআই (AI)য়ে আমাৰ পৰা কাঢ়ি নিব নোৱাৰা কিছুমান কাম
২০২৩ চনৰ জুন মাহৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলেৰাডোত এখন বিয়া সম্পন্ন কৰিলে চাটজিপিটি (ChatGPT)য়ে। ৰিচ উইঞ্চ (২৩) আৰু ডেটন ট্ৰোইট (২৬)ৰ এই বিয়াত পুৰোহিতৰ কাৰ্য সম্পন্ন কৰে এই চাটবটোৱে। মুকলি কৰা দিনাৰে পৰা বিশ্বজুৰি চাঞ্চল্যকৰ জনপ্ৰিয়তা অৰ্জন কৰিছে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI)ৰ চাটবটোৱে। এনে সময়তে অহা আন এটা খবৰ মতে, জাপানৰ কিয়’ট’ত অৱস্থিত ৪০০…