
এই সময়ৰ প্ৰযুক্তিৰ ১০টি শীৰ্ষ ধাৰা
বিগত ১০টা বছৰত প্ৰযুক্তিৰ উন্নয়নে চূড়ান্ত শিখৰ পাইছেগৈ। পাছে প্ৰশ্ন হয়, এয়া জানো প্ৰগতিৰ শেষ অৱস্থান! আটাইতকৈ ওখ গছজোপাতকৈও বোলে ওখ গছ আছে। আমাৰ এই পৃথিৱীত প্ৰযুক্তিগত উদ্ভাৱনী কেতিয়াও স্তব্ধ নহয়। সাময়িক কালত প্ৰযুক্তিৰ কেৱল বিকাশেই হোৱা নাই; ই এনে এটা পৰ্যায়লৈ সমৃদ্ধিশালী হৈ উঠিছে যে আমাৰ বাবে এখন বিষ্ময়কৰ আৰু পৰিৱৰ্তনশীল ভৱিষ্যত পৃথিৱীৰ সম্ভৱনা…