pslv-c27-irnss-1d-courtesy-isro-c-NavIC sateligh-sucess

ভাৰতীয় নাৱিক (NavIC): আপোনাৰ ফোনৰ নতুন দিক-নিৰ্দেশক | NavIC: India’s Own Navigation System

আজিৰ দিনত নেভিগেচন দৈনন্দিন জীৱনৰ অতিশয় অত্যাৱশ্যকীয় প্ৰযুক্তি হৈ উঠিছে। ইয়াৰ আটাতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহৃত ব্যৱস্থাটো হ’ল জিপিএছ। নেভিগেচন ব্যৱস্থাই মহাকাশত থকা দূৰসংবেদী কৃত্ৰিম উপগ্ৰহৰ সহায়ত কোনো লোক বা সামগ্ৰীৰ অৱস্থানৰ সঠিক তথ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰ বাবে লোকজনৰ লগত অথবা সামগ্ৰীবিধৰ সৈতে জিপিএছ ৰিছিভাৰ থকিব লাগিব। নেভিগেচন চিষ্টেমৰ বিশ্ব পৰিদৃশ্য (Global Navigation Systems…

Read More