গুগল মেপে কেনেকৈ ৰোড ট্ৰেফিকৰ পূৰ্বাভাস আমাক দিয়ে? How Does Google Maps Knows about Traffic?

ব্যস্ত দিন এটাৰ পুৱা ঠিক ১০ বজাত আপুনি যদি ভঙাগড়ৰ পৰা দিছপুৰ যাবলগীয়া হয় তেন্তে ম’বাইল ফোনত গুগল মেপ খুলি চোৱাটো দৰকাৰী। কাৰণ গুগল মেপে কোনটো পথেৰে গ’লে কম সময়ৰ ভিতৰত দিছপুৰ গৈ পাব তাৰ নিৰ্দেশনা আপোনাক দিব। অথবা আপুনি গণেশগুৰিত ট্ৰেফিক জাম হৈ আছে নে ৰাস্তা খালী আছে সেয়াও গুগল মেপত চাই প্ৰায় সঠিক অনুমান কৰি লব পাৰে। কিন্তু গুগলে যানজঁটৰ এই পূৰ্বাভাস আমাক কেনেকৈ দিয়ে, তাকো বিনামূলীয়াকৈ। জানো আহক।

প্ৰথমে এটা উদাহৰণ দি লওঁ। ২০২০ চনৰে ১ ফেব্ৰুৱাৰীৰ দিনা জাৰ্মানীৰ শিল্পী ছাইমন ৱেকাৰ্টে অদ্ভূদ কাণ্ড কৰি পেলালে। তেওঁ ৯৯টা ছেকেণ্ড হেণ্ড স্মাৰ্ট ফোনত গুগল মেপ এপটো অন কৰি এটা পাত্ৰত ৰাখি দিলে। আৰু এই পাত্ৰটো এখন হেণ্ড কাৰ্টত বহুৱাই বাৰ্লিনৰ প্ৰায় যান-বাহন শূণ্য পথেৰে খোজেৰে আগবাঢ়িল। সেই সময়ছোৱাত গুগল মেপত উক্ত পথটো ৰঙা হৈ পৰিল। গুগল মেপ ব্যৱহাৰ কৰা সকলোৱেই জানে এই ৰঙা ৰং মানেই সেই পথত ভীষণ ট্ৰেফিক জাম। অৰ্থাৎ ছাইমন ডাঙৰীয়াই এই পৰীক্ষাৰ জৰিয়তে এক ভাৰ্চুৱেল ট্ৰেফিক জাম সৃষ্টি কৰিবলৈ সক্ষম হ’ল। কিয়নো গুগল মেপ ব্যৱহাৰ কৰা সকলোৱেই সেই পথছোৱাত ভীষণ ট্ৰেফিক জাম হৈ থকা বুলিয়েই মানি ল’লে অথবা সেই পথেৰে যাতায়াত কৰাৰ সিদ্ধান্ত পৰিহাৰ কৰিলে। উল্লেখনীয় কথাটো হ’ল ছাইমনে পৰীক্ষাৰ বাবে বাছি লোৱা পথটোৰ সমীপতেই গুগলৰ কাৰ্যালয়টোও অৱস্থিত। 

এই উদাহৰণটোৰ পৰা আপুনি নিশ্চয় অনুমান কৰিছে গুগলে কেনেদৰে ট্ৰেফিকৰ পূৰ্বাভাস আমাক দিয়ে। গুগলৰ এই পূৰ্বাভাসৰ বুজন অংশই নিৰ্ভৰ কৰে আমাৰ ফোনৰ পৰা সংগ্ৰহ কৰা জিপিএছ স্থানৰ ওপৰত। 

গুগলে সমগ্ৰ মোবাইল ব্যৱহাৰকাৰীক জিপিএছৰ জৰিয়তে অনুসৰণ কৰে। আৰু ইয়াৰ লগত গুগলৰ এলগৰিথিম (এলগৰিথম হ’ল কোনো এক সমস্যা সামাধান কৰাৰ বাবে প্ৰয়োজনীয় তথা সুনিৰ্দিষ্ট কিছু ষ্টেপৰ সমষ্টি, এই বিষয়ে অধিক জানিবলৈ আমাৰ এই লেখাটো পঢ়িব পাৰে) ব্যৱহাৰ কৰি গতিবেগ, দূৰত্ব এইবোৰ হিচাপ কৰি উলিয়ায়। যি পথত বহুসংখ্যক স্মাৰ্টফোনৰ ব্যৱহাৰকাৰী আছে তথা স্মাৰ্টফোনৰ জিপিএছৰ গতিবেগ কম সেই পথত ট্ৰেফিক জামৰ ৰঙা লাইন দেখুৱায় গুগল মেপে। তাৰ তুলনাত অপেক্ষাকৃতভাৱে গতিবেগ কিছু বেছি হ’লে হালধীয়া লাইনৰ দ্বাৰা কম পৰিমাণৰ ট্ৰেফিক জাম হৈ থকা দেখুৱায়। পথৰ লেনৰ আকাৰৰ তুলনাত একেবাৰে সীমিত সংখ্যক ম’বাইল ফোন পথত থাকিলে অথবা পথত থকা ম’বাইল ফোনসমূহৰ স্থান দ্ৰুত গতিত পৰিৱৰ্তন হ’লে সেউজীয়া লাইন প্ৰদৰ্শন কৰি সেই স্থানত ট্ৰেফিক জাম নাই বুলি আমাক জনায়। 

বৰ্তমান সময়ত আমি প্ৰায় সকলোৱেই ম’বাইল ফোন ব্যৱহাৰ কৰো। আমি ঘৰৰ পৰা ক’ৰবালৈ যাওঁতেও পথত আমাৰ হাতত মোবাইল ফোনটোও থাকে। আৰু প্ৰতিটো স্মাৰ্ট ফোনৰ লগতে আজিকালি কিছুমান ফিছাৰ ফোনটো জিপিএছ থাকে। ফোনত সংলগ্ন জিপিএছৰ মুখ্য কাম হ’ল প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰে স্থানৰ তথ্য সংগ্ৰহ কৰা। আনহাতে ট্ৰেফিক পইন্টসমূহৰ তথ্য গুগলে ইতিমেধ্যে সংগ্ৰহ কৰি থৈছে। গুগলে সেই ট্ৰেফিক পইন্টসমূহত থকা ম’বাইল ফোনসমূহৰ জিপিএছ ট্ৰেক কৰে। তদুপৰি এটা ট্ৰেফিক পইন্টৰ পৰা আনটোৰ দূৰত্ব মেপত আছেই। আনহাতে প্ৰতিখন দেশৰ ট্ৰেফিক কন্ট্ৰোলত ট্ৰেফিক ছিগনেলৰ সময় নিৰ্দ্ধাৰিত থাকে। গুগলে সংগ্ৰহ কৰি থোৱা পুৰণি তথ্যৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে প্ৰয়োজন হোৱা সময় হিচাপ কৰি গড় সময় আমাক প্ৰদৰ্শন কৰে। এই সমূহত তথ্য বিশ্লেষণ কৰি গুগলে আমাক ট্ৰেফিক সম্পৰ্কীয় সঠিক তথ্য যোগান ধৰিবলৈ চেষ্টা কৰে। এনেধৰণেই গুগলে মেনেজ কৰে তেওঁলোকৰ ট্ৰেফিক চিষ্টেম।

পিছে আমি এই মেপ ব্যৱহাৰ কৰা বাবে কোনোধৰণৰ মাচুল বা ধন দিবলগা হোৱা নাই। আমাৰ বাবে গুগলৰ এই ছাৰ্ভিছ বিনামূলীয়া। ঠিক বিনামূলীয়া বুলি ক’লেও সঠিক নহ’ব। কিয়নো আমাৰ পৰা সংগ্ৰহ কৰা তথ্য বা Dataই হ’ল গুগল মেপৰ মূল আধাৰ। সেয়ে আন বহুতো গুগল প্ৰডাক্টৰ দৰে মেপ ব্যক্তিগত ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া সেৱা হিচাপে গুগলে আগবঢ়াইছে। অৱশ্যে বাণিজ্যিক ভিত্তিত ব্যৱহাৰ কৰিব খুজিলে ইয়াৰ বিনিময়ত গুগলক নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগে। সৰু স্কেলৰ বাণিজ্যিক ব্যৱহাৰকাৰীৰ বাবে মাহিলি ২০০ ইউএছ ডলাৰ ক্ৰেডিট গুগলে বিনামূলীয়াকৈ আগবঢ়ায়। 

পিছে এই জিপিএছ ব্যৱস্থাই কেনেদৰে কাম কৰে? জানিবলৈ ‘জিপিএছে কিদৰে কাম কৰে?’ শীৰ্ষক লেখাটো অনুগ্ৰহ কৰি পঢ়িব।

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক। 

Written by Rinku Uday Das

14 thoughts on “গুগল মেপে কেনেকৈ ৰোড ট্ৰেফিকৰ পূৰ্বাভাস আমাক দিয়ে? How Does Google Maps Knows about Traffic?

  • October 8, 2023 at 4:34 pm
    Permalink

    Good site you’ve got here.. It’s difficult to find quality
    writing like yours nowadays. I seriously appreciate people like you!

    Take care!!

    Reply
  • November 12, 2023 at 1:25 pm
    Permalink

    Do you mind if I quote a few of your posts as long as I provide credit
    and sources back to your weblog? My blog is in the exact same
    niche as yours and my visitors would really benefit from
    some of the information you present here. Please let me know if this okay with you.
    Regards!

    Reply
  • November 18, 2023 at 12:04 am
    Permalink

    Hello, I desire to subscribe for this blog to take most recent updates, thus where can i do it please
    help.

    Reply
  • November 18, 2023 at 12:35 am
    Permalink

    Buying a verified Binance account offers numerous benefits for the modern digital trader.
    Trading platforms like Binance necessitate registration and thorough verification processes,
    ensuring the utmost safety and security for your transactions.
    Acquiring an already verified account saves time and bypasses these complex processes,
    allowing you to start trading immediately. Plus, it provides access to advanced features and increased withdrawal limits.
    It ultimately offers a smoother, more efficient trading experience.

    Disclaimer: Ensure to comply with all relevant legal requirements and maintain the integrity
    of the platform.

    Reply
  • November 19, 2023 at 12:32 pm
    Permalink

    The Antminer D9 (1770Gh) by Bitmain is an efficient and powerful miner ideal for anyone stepping into the crypto-mining world.

    It offers impressive power consumption and mining capabilities,
    hence promising lucrative returns on your investment. This device
    uses advanced algorithms to mine popular cryptocurrencies.
    Along with remote interface capabilities and enhanced mining efficiency, it boasts a compact and
    convenient design for easy setup and usage. When buying the Antminer D9, ensure
    to choose a trusted retailer and check the authenticity of the product.
    Secure and versatile, it’s a worthwhile investment for both seasoned and novice miners.

    Reply
  • November 19, 2023 at 7:15 pm
    Permalink

    Looking to buy a verified Cash App account?
    Look no further! A verified Cash App account provides added security and benefits.

    Don’t miss out on easy money transfers and other features.

    Purchase your verified Cash App account today!

    Reply
  • November 19, 2023 at 10:15 pm
    Permalink

    Buying a verified Cash App account has become a popular trend among
    individuals looking for quick and secure digital transactions.
    These accounts offer added security measures and benefits that regular accounts lack.

    With a verified Cash App account, you can send and receive
    money with ease, access advanced features, and enjoy a seamless user experience.
    So, if you’re in need of a reliable digital wallet, consider buying a verified Cash App account today!

    Reply
  • November 19, 2023 at 11:19 pm
    Permalink

    Looking to buy a verified Cash App account? Look no
    further! Get access to a secure and verified account, ensuring hassle-free
    transactions and peace of mind. Don’t miss out on the convenience and benefits,
    purchase your verified Cash App account now!

    Reply
  • November 20, 2023 at 8:22 pm
    Permalink

    Interested in buying a verified Cash App account? Look no further!
    We offer reliable and verified accounts to ensure a smooth and secure transaction experience.
    Say goodbye to account limitations and start enjoying the benefits of a verified Cash App account today!

    Reply
  • November 21, 2023 at 4:46 am
    Permalink

    With the increasing popularity of Cash App in today’s digital
    world, having a verified account can offer a range of advantages.
    Buying a verified Cash App account ensures instant access to various features, increased security measures, and higher transaction limits.

    Skip the hassle of waiting for verification and enjoy seamless money transfers,
    user-friendly interface, and reliable customer support.
    Don’t miss out on the conveniences offered by a verified Cash App
    account – get one today!

    Reply
  • November 21, 2023 at 6:44 am
    Permalink

    If you’re looking to buy a verified Cash App account, there are
    a few things you should consider. Firstly, make sure you’re buying from a reputable source
    to avoid scams. Secondly, check if the account has been verified by
    Cash App itself to ensure its authenticity.
    Lastly, understand that buying such accounts may carry risks and violate Cash App’s terms of service.
    Exercise caution and do thorough research
    before making any purchase.

    Reply
  • November 29, 2023 at 10:33 am
    Permalink

    I think that what you said was very logical.
    But, what about this? suppose you added a little information? I ain’t suggesting
    your content isn’t solid., however suppose you
    added something to possibly grab folk’s attention? I mean গুগল মেপে কেনেকৈ ৰ
    োড ট্ৰেফিকৰ
    পূৰ্বাভাস আমাক দিয়ে
    ? How Does Google Maps Knows about Traffic?
    – অসমীয়াত | AXOMIYAT
    is a little plain. You might glance at Yahoo’s home page and note how they write
    post titles to grab viewers to click. You might try adding a video
    or a related pic or two to grab people interested about everything’ve got
    to say. In my opinion, it would bring your posts a little livelier.

    Reply
  • January 29, 2024 at 9:33 pm
    Permalink

    I just like the valuable info you supply to your articles.

    I’ll bookmark your blog and take a look at again right here frequently.
    I’m moderately certain I will learn a lot of new stuff right here!

    Good luck for the following!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *