জিপিএছে কিদৰে কাম কৰে? How GPS Works?

কোনো দিনে গৈ নোপোৱা ঠাই এখনলৈ ফুৰিবলৈ গ’লে আজি কিছু বছৰৰ আগলৈকে স্থানীয় লোকৰ গাইডেন্স প্ৰাথমিক প্ৰয়োজন আছিল। নতুন ঠাইলৈ গৈ স্থানীয় লোকক সুধি-পুচিহে সেই ঠাইখন অথবা চহৰখনৰ ভ্ৰমণ সম্ভৱ হৈছিল। নতুন ঠাইৰ ৰাস্তা-পদুলি তথা বিভিন্ন স্থানসমূহ অচিনাকি হোৱা বাবে এই পদ্ধতিয়ে সকলো সময়তে সঠিক দিক-নিৰ্দেশনা দিয়াত বিফলো হৈছিল। এইবাবেই অচিনাকি চহৰলৈ গৈ হেৰাই থাকিম বুলিও বহুতেই ভয় খাইছিল। যদিহে আপোনাৰ হাতত এটা সম্পূৰ্ণ কাৰ্যক্ষম স্মাৰ্টফোন আছে তেনে এই চিন্তাৰ ওৰ পৰিল। কাৰণ অচিন চহৰত প্ৰতিক্ষণৰ গাইড হৈ আপোনাক সঠিক দিক-নিৰ্দেশনা দিবলৈ আছে অনলাইন মেপিং ছাৰ্ভিছ। চৌপাশৰ পৰিৱেশ-পৰিস্থিতৰ পৰা আৰম্ভ কৰি গন্তব্য স্থানৰ দূৰত্ব, আপোনাৰ প্ৰিয় খাদ্যৰ ৰেষ্টুৰেণ্ট, চৰকাৰী কাৰ্যালয়, বেংক, বাছ-মেট্ৰ’ অস্থানকে ধৰি ট্ৰেফিক জাম পৰ্যন্ত আপোনাক জনাই দিব অনলাইল মেপে। আপোনাৰ এই সমষ্ট অসুবিধা দূৰ কৰা এপল মেপ, গুগল মেপ, মাক্ৰছফট বিং মেপৰ সাফল্যৰ আঁৰত আছে এক যাদুকৰী প্ৰযুক্তি। সেয়া হ’ল গ্ল’ৱেল পজিছনিং ছিষ্টেম (Global Positioning System) বা সংক্ষেপে জিপিছ (GPS)। জিপিএছ নাথাকিলেও খুব সম্ভৱ আপোনাৰ বাবে গুগল মেপ উপলদ্ধ হ’লহেতেন। কিন্তু আপুনি কোন স্থানত আছে সেয়া গম নাপালেহেতন। গতিকে গুগল মেপ থাকিলেও আপোনাক প্ৰয়োজন হোৱা দিক-নিৰ্দেশনা (Navigation) দিবলৈ অক্ষম হ’লহেতেন গুগলকে ধৰি অনলাইন মেপৰ সেৱা আগবঢ়োৱা সংস্থাসমূহ। যাৰ ফলত অলা বা উবৰৰ চালকে আপোনাক বিচাৰি উলিয়াওতেই লগাই দিলেহেতেন কেইবা ঘণ্টা।

গ্ল’ৱেল পজিছনিং ছিষ্টেম (Global Positioning System) বুলি ক’লে বহুতে বুজি নাপালেও জিপিছ (GPS) ম’বাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে অপৰিচিত নহয়। আপোনাৰ নিশ্চয় কেতিয়াবা কৌতুহল হৈছে, কেনেকৈ কাম কৰে এই জিপিএছ বা নেভিগেচনে? এই লেখাটো প্ৰস্তুত কৰাৰ উদ্দেশ্যই হ’ল আপোনাৰ এই জিজ্ঞাসা দূৰ কৰা। 

জিপিএছ কি?

এয়া হ’ল আমাৰ পৃথিৱীৰ কক্ষপথত ২৪ টি কৃত্ৰিম উপগ্ৰহ অথবা ছেটেলাইটৰ জৰিয়তে সৃষ্টি কৰা এক ছিষ্টেম। এই ২৪টি ছেটেলাইটৰ বেকআপ হিচাপে ৩ টা অতিৰিক্ত ছেটেলাইট ৰখা আছে। অৱশ্যে অন্য এক তথ্য মতে জিপিএছ মুঠ ৩২টা ছেটেলাইট আছে। এই আটাইকেইটা ছেটেলাইট মিলি সমগ্ৰ পৃথিৱীকে ক’ভাৰ কৰে। আমাৰ মাজুলীৰ পৰা আমাজন অৰণ্যৰ গভীৰতম অংশকো এই জিপিএছে ছিগনেল অহৰহ প্ৰেৰণ কৰি ক’ভাৰ কৰে। আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয় প্ৰতিক্ষণ অতি কমেও ৪ টা ছেটেলাইট আপোনাৰ লগত থাকিবই। 

আপোনাৰ স্থানৰ সঠিক তথ্য কিদৰে দিয়ে জিপিএছে?

জিপিএছ ছিষ্টেমত অন্তৰ্ভূক্ত প্ৰতিটো ছেটেলাইটে অবিৰাম গতিত এক ধৰণৰ বেতাঁৰ তৰংগ বা ৰেডিঅ’ ছিগনেল (Radio Signal) প্ৰেৰণ কৰে। এই ৰেডিঅ’ ছিগনেল ৰিছিভ কৰিব পৰা চিপ আপোনাৰ স্মাৰ্ট ফোন তথা গাড়ীৰ নেভিগেছন ট্ৰেকাৰ ডিভাইছত সংলগ্ন থাকে। জিপিএছ ছেটেলাইটসমূহত পাৰমণৱিক ঘড়ী সংলগ্ন হৈ আছে। যি সুক্ষ্ম সময়ো নিৰ্ভুলভাৱে প্ৰদান কৰে। মহাকাশৰ পৰা প্ৰেৰিত এই ছিগনেলত সময় আৰু স্থান সন্নিৱিষ্ট থাকে। আপোনাৰ স্মাৰ্টফোনত ৰিছিভ হোৱা ছিগনেলটোৰ উৎপন্ন হোৱাৰ সময় আৰু আপোনাৰ ফোনটোৱে সেই ছিগনেল ৰিছিভ কৰাৰ সময়ৰ ব্যৱধানৰ পৰা সেই বিশেষ ছেটেলাইট আৰু ফোনটোৰ প্ৰকৃত দূৰত্ব হিচাপ কৰি উলিয়ায়। এই দূৰত্বৰ পৰাই জিপিএছে আপোনাৰ এক মুটামুটি অৱস্থান নিৰ্ধাৰণ কৰে। 

কিন্তু ইয়াতে এটা সমস্যা আহি পৰে। এটা ডিভাইছ (ধৰি লওক ছেটেলাইটো)ৰ সৈতে আন এটা ডিভাইছ (ধৰক লওক আপোনাৰ ম’বাইলটো)ৰ দূৰত্বৰ পৰা দ্বিতীয়টো ডিভাইছৰ অৱস্থান নিৰ্ণয় কৰিব নোৱাৰি। এয়া নিৰ্ভুলভাৱে নিৰ্ণয় কৰাৰ বাবে অতিকমেও তিনিটা ডিভাইছৰ সৈতে দূৰত্ব দৰকাৰ হয়। মানে আপোনাৰ কোনো বন্ধুৱে যদি ফোনত কয় যে তেওঁ আপোনাৰ পৰা ২ কিলোমিটাৰ দূৰত আছে, তেতিয়া দুয়োজনৰ এই দূৰত্বৰ পৰা আপুনি বন্ধু কোন স্থানত আছে সেয়া নিৰ্ণয় কৰিব নোৱাৰিব। উদাহৰণ এটা লওঁ আহক। 

ধৰক আপোনাৰ বন্ধুৱে ক’লে যে তেওঁ গুৱাহাটীৰ পল্টনবজাৰ থানাৰ পৰা প্ৰায় ১.৭ কিলোমিটাৰ দূৰত আছে। এতিয়া ১.৭ কিলোমিটাৰ দূৰত্বত লাখটকীয়াও হ’ব পাৰে, মণিপুৰী বস্তিও হ’ব পাৰে, গুৱাহাটী ৰেল ষ্টেছনো হ’ব পাৰে। গতিকে আপুনি পল্টনবজাৰ আৰক্ষী থানাক কেন্দ্ৰবিন্দু হিচাপে লৈ ১.৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰক। তাৰ পাছত বন্ধুৱে আপোনাক দ্বিতীয়টো দূৰত্ব প্ৰদান কৰি ক’লে যে তেওঁ ৰেৱটি চাট হাউচৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত আছে। এতিয়া ৰেৱতি চাট হাউচক কেন্দ্ৰবিন্দু হিচাপে লৈ  ১.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ আপুনি দ্বিতীয়টো বৃত্ত অংকন কৰক। এইবাৰ দেখিব দ্বিতীয় বৃত্তটোৱে প্ৰথমটো বৃত্তৰ দুই ঠাইত ছেদ কৰিছে। ইয়াৰে এটা স্থান হ’ল বিজুলী ভৱনৰ সন্মুখৰ ফায়াৰ ব্ৰিগেড আস্থান আৰু আনটো হ’ল সন্দিকৈ কলেজৰ সমীপত। এই দুই ছেদ বিন্দুৰ কোনোবা এটাতে তেওঁ আছে। কিন্তু তেওঁৰ প্ৰকৃত স্থান আপুনি এতিয়াও পোৱা নাই। তাৰ পাছত বন্ধুৱে আপোনাক জনালে, তেওঁ লটাশিল খেলপথাৰৰ পৰা আধা কিলোমিটাৰ দূৰত্বত আছে। এইবাৰ আপুনি লটাশিল খেলপথাৰক কেন্দ্ৰবিন্দু হিচাপে লৈ আধা কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰক। এইবাৰ দেখিব তিনিওটা বৃত্তই এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। বচ্, আপুনি পাই গ’ল বন্ধুৰ লোকেচন। বন্ধু আছে সন্দিকৈ ছোৱালী কলেজৰ সন্মুখত।  

জিপিএছেও এই নীতিৰেই কাম কৰে। আপোনাৰ ফোনৰ জিপিএছ চিপে একেসময়তে ৩ৰ পৰা ৪টা জিপিএছ ছেটেলাইটৰ সৈতে নিজৰ দূৰত্ব নিৰ্ণয় কৰি লয়। অতি কমেও ৩টা জিপিএছ ছেটেলাইটৰ ছিগনেল ব্যৱহাৰ কৰি ওপৰৰ উদাহৰণটোৰ দৰেই আপোনাৰ লোকেচন উলিয়াই দিয়ে ফোনটোৱে। সঁচাকৈয়ে স্মাৰ্ট নহয়নে আপোনাৰ ফোনটো। যিমান বেছি ছেটেলাইটৰ ছিগনেল ফোনটোৱে লাভ কৰিব সিমানেই সঠিক হ’ব আপোনাৰ লোকেচন। সেয়েহে ঘৰৰ ভিতৰতকৈ মুকলি আকাশৰ তলত লোকেচনৰ একুৰেচি বৃদ্ধি পায়। 

জিপিএছে কেনেকৈ প্ৰকাশ কৰে আপুনি থকা ঠাইৰ নাম?

এয়া সম্ভৱ কৰি তুলিছে জিপিএছৰ লগত ডিজিটেল মেপৰ সমন্বয়ে। কিয়নো সমন্বয় স্থান নিৰ্ণয় কৰি পেলালেও আপুনি থকা স্থানৰ নাম নাজানে জিপিএছে। ই কেৱল আপোনাৰ সমন্বয় বিন্দুৰ ক’ৰ্ডিনেট পইন্টহে নিৰ্ধাৰণ কৰে। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাধ্যমত আপোনাৰ দ্বিমাত্ৰিক অৱস্থানৰ ক’ৰ্ডিনেট পইণ্ট জিপিএছে উলিয়াই দিয়ে। সমগ্ৰ পৃথিৱীৰ প্ৰতিটো বিন্দুকেই আপুনি ক’ৰ্ডিনেট পইণ্টৰ মাধ্যমত প্ৰকাশ কৰিব পাৰে। দুখন ঠাইৰ নাম একে হ’লেও ক’ৰ্ডিনেট পইণ্ট পৃথক হ’বই। জিপিএছৰ এই ক’ৰ্ডিনেট পইণ্ট আপোনাৰ ফোনৰ এপ যেনে গুগল মেপ, বিং মেপ অথবা এপল মেপত প্লট কৰি দিয়াৰ লগে লগে আপুনি কোন ঠাইত আছে সেয়া স্পষ্ট হৈ পৰে। 

জিপিএছৰ বাবে ইণ্টাৰনেট জৰুৰী নেকি?

জিপিএছ ছিগনেল গ্ৰহণ কৰাৰ বাবে আপোনাৰ ফোনত ইণ্টাৰনেট সেৱা এক্টিভ হৈ থকাৰ কোনো প্ৰয়োজন নাই।  কেৱল গ্ৰাফিকেল মেপৰ এপবোৰ অনলাইন হোৱা বাবেহে প্ৰয়োজন হয় ইণ্টাৰনেটৰ। যদি আপুনি গুগল মেপ ব্যৱহাৰযোগ্য ৰূপত অফলাইন ডাউনলোড কৰি ৰাখে তেন্তে ইণ্টাৰনেট অথবা ফোনৰ নেটৱৰ্ক কানেকচন অবিহনেই জিপিএছ অন কৰি আপুনি নিজৰ লোকেচন চাব পাৰিব। 

জিপিএছৰ মালিক কোন?

জিপিএছ আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ মালিকানাধীন এক ব্যৱস্থা। ১৯৭০ চনত আমেৰিকাই তেওঁলোকৰ সামৰিক বাহিনীৰ কামত ব্যৱহাৰৰ বাবে এই ছেটেলাইটসমূহত মহাকাশলৈ প্ৰেৰণ কৰিছিল। পিছে ৮০ৰ দশকত আমেৰিকাই জিপিএছ ব্যৱস্থাক পৃথিৱীৰ সকলো দেশৰ নাগৰিকে ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত কৰি দিয়ে। এই ছেটেলাইটসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ পৃথিৱীত ৩০টা নিয়ন্ত্ৰণ কক্ষ আছে। বহু পুৰণি প্ৰযুক্তি যদিও সাধাৰণ মানুহে জিপিএছ একবাৰে সীমিত হাৰতহে ব্যৱহাৰ কৰিছিল। কিন্তু স্মাৰ্টফোনত জিপিএছ ৰিছিভাৰ চিপ সংযুক্ত কৰাৰ পাছৰ পৰাই গুগল মেপ, অলা, উবৰ, জমেট’ অদি সেৱাসমূহৰ জৰিয়তে ব্যাপক ৰূপত ব্যৱহাৰ আৰম্ভ হ’ল জিপিএছৰ। 

জিপিএছৰ বিকল্প আছেনে?

জিপিএছ হ’ল লোকেচন নিৰ্ধাৰণ কৰাৰ এটা ছিষ্টেম। ইয়াৰ বাহিৰেও লোকেচন জনাৰ বাবে আন বিকল্প পদ্ধতিও আছে। যেনে ম’বাইল ফোন সেৱা প্ৰদানকাৰী কোম্পানীয়ে ম’বাইল টাৱাৰৰ পৰা আপোনাৰ ফোন কিমান দূৰত আছে তাৰ জৰিয়তে অৱস্থান জানিব পৰে। তদুপৰি ৱাইফাই নেটৱৰ্কৰ জৰিয়তেও অৱস্থান নিৰ্ণয় কৰাৰ পদ্ধতি আছে। অৱশ্যে এইসমূহ জিপিএছৰ দৰে শক্তিশালী নহয়, তথা প্ৰচলনো কম। জিপিএছ যিহেতু আমেৰিকা চৰকাৰৰ অধীনস্থ, সেয়েহে কিবা পৰিস্থিতত আমেৰিকাই জিপিএছ বন্ধ কৰি দিলে বহু সমস্যাৰ সন্মুখীন হ’ব বিশ্বৰ নাগৰিক। সেয়ে ৰাছিয়াই ১৯৮২ চনত কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিছিল গ্ল’নাছ (GLONASS) নামেৰে জিপিএছ দৰে এক ব্যৱস্থাৰ। স্মাৰ্টফোনত ছেটিঙছত যদি Location: A-GPS with GLONASS দেখা পায় তেন্তে বুজিব যে আপোনাৰ ফোনটোৱে আমেৰিকাৰ জিপিএছৰ লগতে ৰাছিয়াৰ গ্ল’নাছৰ জৰিয়তেও লোকেচন নিৰ্ণয় কৰিব পাৰে। ইয়াৰ বাহিৰেও কম্পাছ (COMPASS) নামেৰে পৰিচিত চীনৰ বেইদউ নেভিগেচন ছেটেলাইট চিষ্টেম (Beidou Navigation Satellite System), ইউৰোপীয়ান ইউনিয়নৰ গেলিলিঅ’ (Galileo), এছিয়া পেছিফিক অঞ্চলৰ মিচিবিকি (Michibiki) আদি হ’ল জিপিএছ দৰেই ব্যৱস্থা।*

পিছে আমাৰ ভাৰতৰ আছেনে জিপিএছৰ নিজস্ব বিকল্প? যদি এই বিষয়ে জানিব বিচাৰে তেন্তে ভাৰতৰ নিজস্ব জিপিএছৰ বিকল্পৰ ওপৰত প্ৰস্তুত কৰা ‘ভাৰতীয় নাৱিক‘ শীৰ্ষক লেখাটো পঢ়ি চাব।

যদি আপুনি এই লেখাটো ভাল পাইছে অথবা ইয়াৰ পৰা কিবা জানিব পাৰিছে তেন্তে এই Postটো Social Network যেনে Facebook, Twitter, WhatsApp আৰু অন্য Social Media Siteত Share কৰক। 

Written by Rinku Uday Das

*এই লেখাটো প্ৰস্তুত কৰোতে ইণ্টাৰনেটৰ সহায় লোৱা হৈছে।

17 thoughts on “জিপিএছে কিদৰে কাম কৰে? How GPS Works?

  • November 17, 2023 at 1:33 am
    Permalink

    Purchasing a verified CoinPayments account can revolutionize your cryptocurrency transaction experience.
    CoinPayments, a platform providing integrated payment gateways for
    cryptocurrencies, ensures secure transactions and storage for your digital assets.
    A verified account gives you access to over 1,300 cryptocurrencies, allowing easy and direct transactions without the need for intermediaries.
    This can be a game-changer for businesses and individuals dealing with cryptocurrencies on a regular basis.
    Along with the convenience, having a validated CoinPayments account also instills a level of trust with your trading partners.
    Make sure to buy your verified CoinPayments account
    from a reliable source and enjoy a streamlined crypto trading experience.

    Reply
  • November 18, 2023 at 3:21 am
    Permalink

    Buying a verified Bitpay account can offer several advantages for cryptocurrency users.
    With a verified account, users can seamlessly and securely transact with merchants, ensuring
    a hassle-free experience. Additionally, verified
    accounts often come with added security features, further safeguarding users’ digital assets.
    Invest in a verified Bitpay account today and enjoy
    the benefits of enhanced convenience and peace of mind.

    Reply
  • November 18, 2023 at 4:54 am
    Permalink

    Binance holds a dominant position in the crypto market, offering seamless and secure trading
    of a plethora of cryptocurrencies. However, getting an account verified on Binance entails an arduous process involving
    multiple steps and substantial time. This laborious procedure can be easily bypassed by simply
    buying a pre-verified Binance account. These accounts, offered by reliable
    suppliers, are 100% legitimate and pre-checked, ensuring hassle-free
    immediate access. They come with complete email control, enabling a customized user experience.
    Buying an already verified Binance account saves time, reduces the potential for
    account suspension due to documentation errors, and allows traders to dive right in and start trading.
    Therefore, opting to buy a pre-verified Binance account is an astute choice, especially for beginners in the crypto-trading world.
    It simplifies the initial steps, providing a direct gateway
    to the world of cryptocurrency trading.

    Reply
  • November 19, 2023 at 2:50 pm
    Permalink

    Are you looking to buy a verified Cash App account? Look no further!
    Purchasing a verified Cash App account ensures safe and secure transactions, giving
    you peace of mind. With verified status, you can enjoy higher transaction limits and additional security features.
    Don’t miss out on the convenience and benefits of a verified Cash
    App account – buy one today!

    Reply
  • November 19, 2023 at 7:30 pm
    Permalink

    Buying a verified Cash App account can be a convenient and secure option for individuals looking to access all
    the features and benefits of this popular
    money transfer app. With a verified account,
    users can send and receive money, make online purchases, and
    even invest in stocks. It ensures added security and credibility, allowing users to have peace of mind while transacting.
    So, if you’re looking to harness the full potential of Cash App, consider purchasing a verified account today.

    Reply
  • November 19, 2023 at 10:12 pm
    Permalink

    If you’re in need of a verified Cash App account, look no further!
    Buying a verified account ensures safety and security while
    using this popular money transfer app. Avoid potential scams or
    unauthorized access by getting a verified account today!

    Reply
  • November 20, 2023 at 10:31 pm
    Permalink

    Buy verified Cash App account and enjoy a hassle-free digital wallet experience.
    Verified accounts provide added security and accessibility,
    allowing you to send and receive money seamlessly. Ensure a smooth
    transaction process and enhance your financial convenience with a
    trusted Cash App account today!

    Reply
  • November 20, 2023 at 11:04 pm
    Permalink

    Are you tired of dealing with the hassles of unreliable payment platforms?

    Look no further! Buy a verified Cash App account and enjoy
    hassle-free transactions. With a verified account, you can securely send, receive, and
    store money with ease. Don’t settle for less when it comes to your financial transactions.
    Invest in a trusted Cash App account today!

    Reply
  • November 21, 2023 at 1:15 am
    Permalink

    In today’s digital era, having a verified Cash App account has become
    a necessity for safe and convenient financial transactions.
    With various online scams and identity thefts on the rise,
    ensuring that your money is protected is crucial.
    By purchasing a verified Cash App account, you can enjoy enhanced security features, such as two-factor authentication and identity verification. Say goodbye
    to worries about unauthorized access or fraudulent transactions.
    Invest in a verified Cash App account today and experience peace of mind with every transaction!

    Reply
  • November 21, 2023 at 10:53 am
    Permalink

    Experience unmatched crypto mining efficiency with the Antminer X5.
    This cutting-edge device offers impressive hashing power and energy-saving
    features. It’s a robust investment for anyone delving into blockchain technology and cryptocurrency, ensuring a steady and profitable mining operation. Enter
    the future of crypto with Antminer X5.

    Reply
  • November 21, 2023 at 12:30 pm
    Permalink

    If you’re looking to securely manage your transactions,
    it’s essential to buy a verified Cash App account. A verified account ensures credibility and trustworthiness,
    providing peace of mind when making payments or receiving funds.
    With a verified account, you can confidently transact without worrying about potential issues.

    Don’t compromise on security, invest in a verified Cash App account today!

    Reply
  • November 21, 2023 at 2:39 pm
    Permalink

    Are you tired of limitations on your Cash App transactions?
    Look no further, buy a verified Cash App account today and enjoy unrestricted usage.
    Avoid the hassle of verification processes and enjoy the convenience of seamless transactions.
    Say goodbye to limitations and start unlocking the full potential of
    your Cash App with a verified account.

    Reply
  • November 21, 2023 at 6:50 pm
    Permalink

    If you are looking to buy a verified Cash App account, it’s important to
    consider the benefits. Verified accounts offer increased security, higher transaction limits, and access to additional features.
    However, it’s crucial to find reliable sellers to avoid scams or fraudulent accounts.
    Take the time to research and verify the legitimacy of
    the seller before making any purchase. Remember, a verified Cash App account can provide a seamless and secure payment experience.

    Reply
  • November 22, 2023 at 11:45 am
    Permalink

    My partner and I absolutely love your blog and find almost all of your post’s to
    be what precisely I’m looking for. Does one offer guest writers to
    write content for yourself? I wouldn’t mind composing a post or elaborating on some of the subjects you write related to here.

    Again, awesome web site!

    Reply
  • March 19, 2024 at 8:09 am
    Permalink

    Howdy just wanted to give you a quick heads up.
    The words in your article seem to be running off the screen in Ie.

    I’m not sure if this is a format issue or something to do with web browser
    compatibility but I figured I’d post to let you know.
    The style and design look great though! Hope you get
    the problem solved soon. Cheers

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *